edhasvinilearn. think. grow
  • Home
  • Solutions
  • Videos
  • Blogs

দশম শ্ৰেণীৰ সাধাৰণ গণিত চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণ

Friday, February 4, 2022


অনুশীলনী 4.1


1. তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা :
(i) (x + 1)² = 2(x - 3)
(ii) x² - 2x = (-2) (3 - x)
(iii) (x - 2)(x + 1) = (x - 1)(x - 3)
(iv) (x - 3)(2x + 1) = x(x + 5)
(v) (2x - 1)(x - 3) = (x + 5)(x - 1)
(vi) x² + 3x + 1 = (x - 2)²
(vii) (x + 2)³ = 2x(x² - 1)

সমাধান: (i) দিয়া আছে, (x + 1)² = 2(x - 3)
=> x² + 2x + 1 = 2x - 6
=> x² + 2x - 2x + 1 + 6 = 0
=> x² + 7 = 0
প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আকাৰৰ সমীকৰণ য'ত a = 1, b = 0 আৰু c = 7 ।

\therefore সমীকৰণটো দ্বিঘাত সমীকৰণ হয় ।
(ii) দিয়া আছে, x² - 2x = (-2)(3 - x)
=> x² - 2x = - 6 + 2x
=> x² - 2x - 2x + 6 = 0
=> x² - 4x + 6 = 0
প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আকাৰৰ সমীকৰণ ।
\therefore সমীকৰণটো দ্বিঘাত সমীকৰণ হয় ।
(iii)দিয়া আছে, (x - 2)(x + 1) = (x - 1)(x - 3)
=> x² - 2x + x - 2 = x² - 3x - x + 3
=> x² - x - 2 - x² + 4x -3 = 0
=> 3x - 5 = 0
প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আকাৰৰ সমীকৰণ নহয় ।
\therefore সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় ।
(iv) দিয়া আছে, (x - 3)(2x + 1) = x(x + 5)
=> 2x² + x - 6x - 3 = x² + 5x
=> 2x² - 5x - 3 - 5x = 0
=> 2x² -10x - 3 = 0
প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আকাৰৰ সমীকৰণ ।
\therefore সমীকৰণটো দ্বিঘাত সমীকৰণ হয় ।
(v) দিয়া আছে, (2x - 1)(x - 3) = (x + 5)(x -1)
=> 2x² - 6x - x + 3 = x² + 5x - x - 1
=> 2x² - 7x + 3 = x² + 4x - 1
=> 2x² - x² - 7x - 4x + 3 + 1 = 0
=> x² - 10x + 4 = 0
প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আকাৰৰ সমীকৰণ ।
\therefore সমীকৰণটো দ্বিঘাত সমীকৰণ হয় ।
(vi) দিয়া আছে, x² + 3x + 1 = (x - 2)²
=> x² + 3x + 1 = x² - 4x + 4
=> x² + 3x + 1 - x² + 4x - 4 = 0
=> 7x - 3 = 0
প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আকাৰৰ সমীকৰণ নহয় ।
\therefore সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় ।
(vii) দিয়া আছে, (x + 2)³ = 2x(x² - 1)
=> x³ + 6x² + 12x + 8 = 2x³ - 2x
=> x³ - 2x³ + 6x² + 12x + 2x + 8 = 0
=> -x³ + 6x² + 14x + 8 = 0
প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আকাৰৰ সমীকৰণ নহয় ।
\therefore সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় ।
(viii) দিয়া আছে, x³ - 4x² - x + 1 = (x - 2)³
=> x³ - 4x² - x + 1 = x³ - 6x² + 12x - 8
=> x³ - x³ - 4x² + 6x² - x - 12x + 1 + 8 = 0
=> 2x² - 13x + 9 = 0
প্ৰদত্ত সমীকৰণটো ax² + bx + c = 0 আকাৰৰ সমীকৰণ ।
\therefore সমীকৰণটো দ্বিঘাত সমীকৰণ হয় ।
2. তলৰ পৰিস্থিতিকেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা :
(i) আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ । মাটি টুকুৰাৰ দীঘ ইয়াৰ পথালিৰ দুগুণতকৈ 1 (মিটাৰত) বেছি । আমি মাটি টুকুৰাৰ দীঘ আৰু প্ৰস্থ উলিয়াব লাগে ।

সমাধান: ধৰা হ'ল, মাটি টুকুৰাৰ প্ৰস্থ = x মিটাৰ
দীঘ = 2x + 1
প্ৰশ্নমতে, আয়তৰ কালি = (2x + 1)x
=> 528 = 2x² + x
=> 2x² + x - 528 = 0
(ii) দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 106 । আমি সংখ্যা দুটা উলিয়াব লাগে ।
সমাধান :
ধৰা হ'ল, এটা সংখ্যা = x
প্ৰশ্নমতে, x(x + 1) = 106
(iii) ৰোহনৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ । তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 । ৰোহনৰ বৰ্তমান বয়স আমি উলিয়াব লাগে ।
সমাধান : ধৰা হ'ল, ৰোহনৰ বৰ্তমান বয়স = x বছৰ
ৰোহনৰ মাকৰ বৰ্তমান বয়স = (x + 26) বছৰ
3 বছৰ পাছত ৰোহনৰ বয়স = (x + 3) বছৰ
3 বছৰৰ পাছত ৰোহনৰ মাকৰ বয়স = (x + 29) বছৰ
প্ৰশ্নমতে, (x + 3)(x + 29) = 360
(iv) এখন ট্ৰেইনে 480 কি.মি. পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে । যদি এই দ্ৰুতি ঘণ্টাত 8 কি.মি. কম হ'লহেতেন, তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন । আমি টেইনখনৰ দ্ৰুতি উলিয়াব লাগে ।
সমাধান : ধৰা হ'ল, ট্ৰেইনখনৰ দ্ৰুতি x কি.মি./ঘণ্টা

ট্ৰেইনখনে 480 কি.মি.অতিক্ৰম কৰিবলৈ লগা সময় = 480x\frac{480}{x} ঘণ্টা

প্ৰশ্নমতে,

x8=480480x+3=>x8=480480+3xx=>(x8)(480+3xx)=480=>480x+3x2384024xx=480=>480x+3x2384024x=480x=>3x224x3840=0=>x28x1280=0\begin{aligned} & x-8=\frac{480}{\frac{480}{x}+3}\\ & => x - 8 = \frac{480}{\frac{480+3x}{x}} \\ & => (x - 8)(\frac{480+3x}{x}) = 480 \\ & => \frac{480x + 3x^2 - 3840 - 24x}{x} = 480 \\ & => 480x + 3x^2 - 3840 - 24x = 480x \\ & => 3x^2 -24x - 3840 = 0 \\ & => x^2 - 8x - 1280 = 0 \\ \end{aligned}


অনুশীলনী 4.2


1. উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা ।
(i) x² - 3x - 10 = 0
(ii) 2x² + x - 6 = 0
(iii) ✓2 x² + 7x + 5✓2 = 0
(iv) 2x² - x +
18\frac{1}{8}= 0
(v) 100 x² - 20x + 1 = 0

সমাধান: (i) x² - 3x - 10 = 0
=> x² - 5x + 2x - 10 = 0
=> x(x - 5) - 2(x - 5) = 0
=> (x - 5)(x - 2) = 0
=> x - 5 = 0 বা x - 2 = 0
=> x = 5 বা x = 2
\therefore নিৰ্ণেয় মূল x = 5 , x = 2
(ii) 2x² + x - 6 = 0
=> 2x² + 4x - 3x - 6 = 0
=> 2x(x + 2) - 3(x + 2) = 0
=> (x + 2)(2x - 3) = 0
=> x + 2 = 0 বা 2x - 3 = 0
=> x = -2 বা x = 32\frac{3}{2}

\therefore নিৰ্ণেয় মূল x = -2, x = 32\frac{3}{2}
(iii) √2x² + 7x + 5√2 = 0
=> √2x² + 2x + 5x + 5√2 = 0
=> √2x(x + √2) + 5(x + √2) = 0
=> (x + √2)(√2x + 5) = 0
=> x + √2 = 0 বা √2x + 5 = 0
=> x = - √2 বা x = - 52\frac{5}{\sqrt 2}

\therefore নিৰ্ণেয় মূল x = -√2, x = - 52\frac{5}{\sqrt 2}
(iv) 2x² - x + 1/8 = 0

=> 8(2x² - x + 1/8) = 0
=> 16x² - 8x + 1 = 0
=> 16x² - 4x - 4x + 1 = 0
=> 4x(4x -1) - (4x - 1) = 0
=> (4x - 1)(4x - 1) = 0
=> 4x - 1 = 0 বা 4x - 1 = 0
=> x = 14\frac{1}{4} বা x = 14\frac{1}{4}

\therefore নিৰ্ণেয় মূল x = 14\frac{1}{4}, x = 14\frac{1}{4}
(v) 100x² - 20x + 1 = 0
=> 100x² - 10x - 10x + 1 = 0

=> 10x(10x - 1) - (10x - 1) = 0

=> (10x - 1)(10x - 1) = 0

=> 10x - 1 = 0 বা 10x - 1 =0

=> 10x = 1 বা 10x - 1 =0

=> x = 110\frac{1}{10} বা x = 110\frac{1}{10}

\therefore নিৰ্ণেয় মূল x = 110\frac{1}{10}, x = 110\frac{1}{10}
2. উদাহৰণ 1ত দিয়া সমস্যাটো সমাধান কৰা :
সমাধান: x² - 45x + 324 = 0
=> x² - 9x - 36x + 324 = 0
=> x(x - 9) - 36(x - 9) = 0
=> (x - 9)(x - 36) = 0
=> x - 9 = 0 বা x - 36 = 0
=> x = 9 বা x = 36

\therefore নিৰ্ণেয় মূল x = 9, x = 36
3. দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 ।
সমাধান : ধৰা হ'ল, এটা সংখ্যা = x
আনটো সংখ্যা = y
প্ৰশ্নমতে, x + y = 27

=> x = 27-y --- (1)

আৰু, xy = 182

=> (27-y)y = 182 [সমীকৰণ (1) ৰ পৰা]

=>27y - y² = 182

=> y² - 27y + 182 = 0

=> y² - 13y - 14y + 182 = 0

=> y(y - 13) - 14(y - 13) = 0

=> (y - 13)(y - 14) = 0

=> y - 13 = 0 বা y - 14 = 0

=> y = 13 বা y = 14

\therefore নিৰ্ণেয় মূল x = 13, x =14
4. দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 ।
সমাধান : ধৰা হ'ল, এটা সংখ্যা = x
আনটো সংখ্যা = x + 1
প্ৰশ্নমতে, x² + (x + 1)² = 365
=> x² + (x² + 2x +1) = 365
=> 2x² + 2x + 1 - 365 = 0
=> 2x² + 2x - 364 = 0
=> x² + x - 182 = 0
=> x² - 13x + 14x - 182 = 0
=> x(x - 13) + 14(x - 13) = 0
=> (x - 13)(x + 14) = 0
=> x - 13 = 0 বা x + 14 = 0
=> x = 13 বা x = - 14
যিহেতু, নিৰ্ণেয় সংখ্যা দুটা যোগাত্মক ।

\therefore এটা সংখ্যা = 13 আৰু আনটো সংখ্যা = 14
5. এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চে. মি. কম । যদি অতিভুজটো 13 চে. মি. তেন্তে অইন বাহুদুটা উলিওৱা ।
সমাধান: ধৰা হ'ল, সমকোণী ত্ৰিভুজটোৰ ভূমিডালৰ দীঘ = x চে. মি.
লম্বডালৰ উচ্চতা = (x - 7) চে. মি.
দিয়া আছে, অতিভুজডালৰ দীঘ = 13 চে. মি.
আমি জানোঁ, (লম্ব)² + (ভূমি)² = (অতিভুজ)²
=> (x - 7)² + x² = 13²
=> x² -14x + 49 + x² = 169
=> 2x² -14x - 120 = 0
=> x² - 7x - 60 = 0
=> x² - 12x + 5x - 60 = 0
=> x(x - 12) - 5(x - 12) = 0
=> (x - 12)(x - 5) = 0
=> x - 12 = 0 বা x - 5 = 0
=> x = 12 বা x = 5
\therefore ভূমিডালৰ দীঘ = 12 চে.মি.
\therefore লম্বডালৰ দীঘ = 12 - 7 = 5 চে. মি.
নাইবা , ভূমিডালৰ দীঘ = 5 চে.মি.

লম্বডালৰ দীঘ = 5 - 7 = -2 চে. মি.
যিহেতু, দীঘ ঋণাত্মক হব নোৱাৰে ।

\therefore ভূমিডালৰ দীঘ = 12 চে.মি.,
\therefore লম্বডালৰ দীঘ = (12 - 7) চে. মি.= 5 চে. মি.
6. এটা কূটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে । এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰছ (টকাত) সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি । যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্রতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা ।
সমাধান: ধৰা হ'ল, প্রতিটো বস্তুৰ উৎপাদনৰ খৰছ = x টকা
এতিয়া, x টকাত উৎপাদন হয় = 1টা বস্তু
1 টকাত উৎপাদন হয় = 1x\frac{1}{x} টা বস্তু
\therefore 90 টকাত উৎপাদন হয় = 90x\frac{90}{x} টা বস্তু
অৰ্থাৎ, প্ৰতিদিনে উৎপাদন হয় = 90x\frac{90}{x} টা বস্তু
প্ৰশ্নমতে,

x=2(90x)+3=>x=180+3xx=>x2=180+3x=>x23x180=0=>x215x+12x180=0=>x(x15)+12(x15)=0=>(x15)(x+12)=0=>x15=0বাx+12=0=>x=15বাx=12 \begin{aligned} & \quad x = 2(\frac{90}{x}) + 3\\ & => x =\frac{180 + 3x}{ x}\\ & => x² = 180 + 3x \\ & => x² - 3x - 180 = 0\\ & => x² - 15x + 12x - 180 = 0\\ & => x(x - 15) + 12(x - 15) = 0\\ & => (x - 15)(x + 12) = 0\\ & => x - 15 = 0 \, বা\, x + 12 = 0\\ & => x = 15 \,বা \, x = -12 \end{aligned}

প্রতিটো বস্তুত ব্যয় হয় = 15 টকা
প্ৰতিদিনে উৎপাদন হয় = 9015\frac{90}{15} = 6 টা বস্তু

অনুশীলনী 4.3


1. বর্গ সম্পুৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল (যদি বর্তে) উলিওৱা ।
(i) 2x² - 7x + 3 = 0
(ii) 2x² + x - 4 = 0
(iii) 4x² + 4√3x + 3 = 0
(iv) 2x² + x - 4 = 0

সমাধান:

(i)2x27x+3=0=>2x27x+32=0=>x272x+32=0=>x2274x+(74)2=(74)232=>(x74)2=491632=>(x74)2=492416=>x74=±2516=>x74=±54=>x=74±54=>x=7±54=>x=7+54বাx=754=>x=3বাx=12\begin{aligned} & (i) \, 2x^2 - 7x + 3 = 0 \\ & => \frac{2x^2 - 7x + 3}{2} = 0 \\ & => x^2 - \frac{7}{2}x + \frac{3}{2} = 0\\ & => x^2 - 2\frac{7}{4}x + (\frac{7}{4})^2 = (\frac{7}{4})^2 - \frac{3}{2} \\ & => (x - \frac{7}{4})^2 = \frac{49}{16} - \frac{3}{2} \\ & => (x - \frac{7}{4})^2 = \frac{49-24}{16} \\ & => x - \frac{7}{4} = \pm \sqrt{\frac{25}{16}} \\ & => x - \frac{7}{4} = \pm \frac{5}{4}\\ & => x = \frac{7}{4} \pm \frac{5}{4} \\ & => x = \frac{7 \pm 5}{4} \\ & => x = \frac{7 + 5}{4} \, বা \, x = \frac{7-5}{4}\\ & => x = 3\, বা \, x = \frac{1}{2} \\ \end{aligned}

\therefore নিৰ্ণেয় মূল x =3 , x = 12\frac{1}{2}

(ii)2x2+x4=0=>2x2+x42=0=>2x22+x242=0=>x2+2.14.x2=0=>x2+2.14.x+(14)2=2+(14)2=>(x+14)2=2+116=>(x+14)2=32+116=>x+14=±3316=>x=14±334=>x=1±334=>x=1+334বাx=1334\begin{aligned} & (ii)\, 2x^2 + x - 4 = 0 \\ & => \frac{2x^2 + x - 4}{2} = 0 \\ & => \frac{2x^2}{2} + \frac{x}{2} - \frac{4}{2} = 0 \\ & => x^2 + 2.\frac{1}{4}.x - 2 = 0 \\ & => x^2 + 2.\frac{1}{4}.x + (\frac{1}{4})^2 = 2 + (\frac{1}{4})^2 \\ & => (x + \frac{1}{4})^2 = 2 + \frac{1}{16} \\ & => (x + \frac{1}{4})^2 = \frac{32 + 1}{16} \\ & => x + \frac{1}{4} = \pm \sqrt{ \frac{33}{16}} \\ & => x = \frac{-1}{4} \pm \frac{\sqrt33}{4} \\ & => x = \frac{-1\pm\sqrt33}{4} \\ & => x = \frac{-1+\sqrt33}{4}\, বা \, x = \frac{-1-\sqrt33}{4} \end{aligned}

\therefore নিৰ্ণেয় মূল x = 1+334 \frac{-1+\sqrt{33}}{4}, x = 1334 \frac{-1-\sqrt{33}}{4}


(iii) 4x² + 4√3x + 3 = 0
=> (2x + √3)² = 0
=> 2x + √3 = 0 বা 2x + √3 = 0
=> x = - 32\frac{\sqrt3}{2}, বা x = -32\frac{\sqrt3}{2}

\therefore নিৰ্ণেয় মূল x = - 32\frac{\sqrt3}{2}, x = - 32\frac{\sqrt3}{2}


(iv) 2x² + x + 4 = 0
ইয়াত, a = 2, b = 1, c = 4

এতিয়া, b² - 4.a.c = 1² - 4.2.4

= 1 - 32

= - 31

< 0

\therefore প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ সমাধান নাই ।


2. দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ প্ৰশ্ন -1ত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা ।
সমাধান: (i) 2x² - 7x + 3 = 0

ইয়াত, a = 2, b = -7, c = 3

x=b±b24ac2a=>x=(7)±(7)24.2.32.2=>x=7±49244=>x=7±254=>x=7±54=>x=7+54বা754=>x=124বা24 \begin{aligned} & \therefore \, x = \frac{-b \pm \sqrt{b^2-4ac}}{2a}\\ & => x =\frac{-(-7) \pm \sqrt{(-7)^2-4.2.3}}{ 2.2}\\ & => x = \frac{7 \pm \sqrt{49-24}}{ 4} \\ & => x = \frac{7 \pm \sqrt{25}}{ 4}\\ & => x = \frac{7 \pm 5}{ 4}\\ & => x = \frac{7+5}{4} \, বা \, \frac{7-5}{4} \\ & => x = \frac{12}{4} \, বা \, \frac{2}{4} \\ \end{aligned}

\therefore নিৰ্ণেয় মূল x =3, x = 12\frac{1}{2}
(ii) 2x² + x - 5 = 0
ইয়াত, a = 2, b = 1, c = -5

x=b±b24ac2a=>x=1±(1)24.2.(5)2.2=>x=1±1+404=>x=1±414=>x=1+414বা1414 \begin{aligned} &\therefore \, x = \frac{-b \pm \sqrt{b^2-4ac}}{2a}\\ & => x =\frac{-1 \pm \sqrt{(1)^2-4.2.(-5)}}{ 2.2}\\ & => x = \frac{-1 \pm \sqrt{1+40}}{ 4} \\ & => x = \frac{-1 \pm \sqrt{41}}{ 4}\\ & => x = \frac{-1 + \sqrt 41}{4} \, বা \, \frac{-1 - \sqrt 41}{4} \\ \end{aligned}

(iii) 4x² + 4√3x + 3 = 0

ইয়াত, a = 4, b = 4√3, c = 3

x=b±b24ac2a=>x=43±(43)24.4.32.4=>x=43±16×3488=>x=43±08=>x=438বা438=>x=32বা32 \begin{aligned} &\therefore \, x = \frac{-b \pm \sqrt{b^2-4ac}}{2a}\\ & => x =\frac{-4 \sqrt 3 \pm \sqrt{(4 \sqrt 3)^2-4.4.3}}{ 2.4}\\ & => x = \frac{-4 \sqrt 3 \pm \sqrt{16 \times 3 - 48}}{ 8} \\ & => x = \frac{-4 \sqrt 3 \pm 0 }{ 8}\\ & => x = \frac{-4 \sqrt 3}{8} \, বা \, \frac{-4 \sqrt 3}{8} \\ & => x = \frac{- \sqrt 3}{2} \, বা \, \frac{- \sqrt 3}{2}\\ \end{aligned}

(iv) 2x² + x - 4 = 0

ইয়াত, a = 2, b = 1, c = 4

এতিয়া, b² - 4.a.c = 1² - 4.2.4

= 1 - 32

= - 31

< 0

\therefore প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ সমাধান নাই ।


3. তলৰ সমীকৰণবোৰৰ মূল উলিওৱা :
(i) x - 1x\frac{1}{x} = 3, x \neq 0

(ii) 1x+4\frac{1}{x+4} - 1x7\frac{1}{x-7} = 1130\frac{11}{30}, x \neq-4, 7
সমাধান:

(i)x1x=3,x0=>x21x=3=>x21=3x=>x23x1=0=>x=(3)±(3)24.1.(1)2.1=>x=3±9+42=>x=3±132=>x=3+132বাx=3132\begin{aligned} & (i) \, x -\frac{1}{x} = 3 \, , x \neq 0\\ & => \frac{x^2-1}{x} = 3\\ & => x^2-1 = 3x \\ & => x^2 -3x -1 = 0 \\ & => x = \frac{-(-3) \pm \sqrt{(-3)^2-4.1.(-1)}}{2.1} \\ & => x = \frac{3 \pm \sqrt{9+4}}{2} \\ & => x = \frac{3 \pm \sqrt {13}}{2} \\ & => x = \frac{3 + \sqrt {13}}{2} \,বা\, x = \frac{3 - \sqrt {13}}{2} \\ \end{aligned}

=>1x+41x7=1130,x4,7=>x7(x+4)(x+4)(x7)=1130=>x7x4x27x+4x28=1130=>11x23x28=1130=>11(x23x28)=(11)×30=>x23x28=30=>x23x+2=0=>x2x2x+2=0=>x(x1)2(x1)=0=>(x1)(x2)=0=>x1=0বাx2=0=>x=1বাx=2\begin{aligned} & => \frac{1}{x+4} - \frac{1}{x-7} = \frac{11}{30} \, , \, x \neq -4, 7 \\ & => \frac{x - 7 - (x + 4)}{(x+4)(x-7)} = \frac{11}{30} \\ & => \frac{x - 7 - x - 4}{x^2-7x + 4x - 28} = \frac{11}{30} \\ & => \frac{-11}{x^2 - 3x - 28} = \frac{11}{30}\\ & => 11(x^2 - 3x - 28) = (-11) \times 30 \\ & => x^2 - 3x - 28 = 30 \\ & => x^2 - 3x + 2 = 0 \\ & => x^2 - x - 2x + 2 = 0 \\ & => x(x - 1) - 2(x - 1) =0 \\ & => (x - 1)(x - 2) = 0 \\ & => x - 1 =0 \, বা\, x - 2 = 0\\ & => x = 1 \, বা \, x = 2\\ \end{aligned}


4. আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্রমবোৰৰ যোগফল 1/3 । তেওঁৰ বৰ্তমান বয়স উলিওৱা ।

সমাধান: ধৰা হ'ল, ৰহমানৰ বৰ্তমান বয়স = x বছৰ
3 বছৰ আগতে ৰহমানৰ বয়স = (x - 3) বছৰ
5 বছৰ পিছত ৰহমানৰ বর্তমান বয়স = (x + 5) বছৰ
প্ৰশ্নমতে,

1x3+1x+5=13=>x+5+x3(x3)(x+5)=13=>2x+2x2+5x2x15=13=>2x+2x2+3x15=13=>x2+2x15=3(2x+2)=>x2+2x15=6x+6=>x24x21=0=>x27x+3x21=0=>x(x7)+3(x7)=0=>(x7)(x+3)=0=>x7=0বাx+3=0=>x=7বাx=3[গ্ৰহণযোগ্যনহয়]\begin{aligned} & \frac{1}{x - 3} + \frac{1}{x + 5} = \frac{1}{3}\\ & => \frac{x+5+x-3}{(x-3)(x + 5)} = \frac{1}{3}\\ & => \frac{2x + 2}{x^2+5x - 2x - 15} = \frac{1}{3} \\ & => \frac{2x+2}{x^2+3x-15} = \frac{1}{3} \\ & => x^2+2x-15 = 3(2x + 2) \\ & => x^2 + 2x - 15 = 6x + 6 \\ & => x^2 - 4x -21 = 0 \\ & => x^2 - 7x + 3x - 21 = 0 \\ & => x(x-7) +3(x-7)=0 \\ & => (x - 7)(x + 3) = 0 \\ & => x - 7 = 0 \, বা \quad x + 3 = 0 \\ & => x = 7 \, বা \quad x = -3 \, [গ্ৰহণযোগ্য \, নহয়] \end{aligned}

\therefore ৰহমানৰ বৰ্তমান বয়স = 7 বছৰ


5. এটা শ্ৰেণী-পৰীক্ষাত শেৱালিৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটাৰ যোগফল 30 । তাই যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন, এই নম্বৰ দুটাৰ পুৰণফল 210 হ'লহেঁতেন । তাইৰ বিষয় দুটাত পোৱা নম্বৰবোৰ উলিওৱা ।
সমাধান: ধৰা হ'ল, শেৱালিয়ে গণিতত পোৱা নম্বৰ = x
ইংৰাজীত পোৱা নম্বৰ = y
প্রশ্নমতে, x + y = 30 --------- (1)
(x + 2)(y - 3) = 210 ------- (2)
এতিয়া, (1)=> x = 30 - y ------- (3)
আকৌ, (2)=> (30 - y + 2)(y - 3) = 210
=> (32 - y)(y - 3) = 210
=> 32y - 96 - y² + 3y = 210
=> - y² + 35y - 306 = 0
=> y² - 35y + 306 = 0
=> y² - 17y - 18y + 306 = 0

=> y(y - 17) - 18(y - 17) = 0

=> (y - 17)( y -18) = 0

=> y - 17 = 0 বা y - 18 = 0

=> y = 17 বা y = 18

\therefore x = 30 - 17 = 13

বা x = 30 - 18 = 12

\therefore গণিতত পোৱা নম্বৰ = 13
ইংৰাজীত পোৱা নম্বৰ = 17

বা গণিতত পোৱা নম্বৰ = 12
ইংৰাজীত পোৱা নম্বৰ = 18


6. এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দীঘ ইয়াৰ চুটি বহুটোতকৈ 60 মিটাৰ বেছি । যদি দীঘল বাহুটো চুটি বহুটোতকৈ 30 মিটাৰ বেছি, পথাৰখনৰ বাহু দুটাৰ দীঘ উলিওৱা ।
সমাধান: ধৰা হ'ল, আয়তাকাৰ পথাৰখনৰ প্ৰস্থ = x মিটাৰ
দীঘ = (x + 30) মিটাৰ
কৰ্ণ = (x + 60) মিটাৰ
আমি জানোঁ যে, (কৰ্ণ)² = (লম্ব)² + (ভূমি)²
=> (x + 60)² = x² + (x + 30)²
=> x² + 120x + 3600 = x² + x² + 60x + 900

=> 2x² - x² + 60x - 120x + 900 - 3600 = 0
=> x² - 60x - 2700 = 0
=> x² - 90x + 30x - 2700 = 0

=> x(x - 90) + 30(x - 90) = 0

=> (x - 90)(x + 30) = 0

=> x - 90 = 0 বা x + 30 = 0

=> x = 90 বা x = -30 [গ্ৰহণযোগ্য নহয়

\because x = -30 গ্ৰহণযোগ্য নহয়

\therefore আয়তাকাৰ পথাৰখনৰ প্ৰস্থ = 90 মিটাৰ
দীঘ = (90 + 30) মিটাৰ = 120 মিটাৰ


7. দুটা সংখ্যাৰ বৰ্গৰ পার্থক্য 180 । সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ । সংখ্যা দুটা উলিওৱা ।
সমাধান: ধৰা হ'ল, ডাঙৰ সংখ্যাটো = x

সৰু সংখ্যাটো = y
প্ৰশ্নমতে, x² - y² = 180 ---- (1)

আৰু, y² = 8x ---- (2)

\therefore (1)=> x² - y² = 180

=> x² - 8x = 180

=> x² - 8x - 180 = 0

=> x² - 18x + 10x - 180 = 0

=> x(x - 18) + 10(x - 18) = 0

=> (x - 18)(x + 10) = 0

=> x - 18 = 0, বা x + 10 = 0

=> x = 18 বা x = -10

এতিয়া, (2)=> y² = 8.18

=> y² = 144

=> y = ±12\pm 12

=> y = 12 বা y = - 1

আকৌ, (2)=> y² = 8.(-10)

=> y² = -80

=> y = ±80\pm \sqrt{-80}

ইয়াত, y ৰ কোনো বাস্তৱ মূল নাথাকে ।

\therefore ডাঙৰ সংখ্যাটো =18

সৰু সংখ্যাটো = 12 বা -1


8. এখন ট্ৰেইনে সমান দ্ৰুতিত 360 কি. মি. ভ্ৰমণ কৰে । যদি ইয়াৰ দ্ৰুতি ঘণ্টাত 5 কি.মি. বেছি হ'লহেঁতেন, ই একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ল'লেহেঁতেন । ট্ৰেইনখনৰ দ্ৰুতি উলিওৱা ।
সমাধান: ধৰা হ'ল, ট্ৰেইনখনৰ দ্ৰুতি = x কিলোমিটাৰ/ঘণ্টা

ট্ৰেইনখনে 360 কি.মি . অতিক্ৰম কৰিবলৈ লগা সময় = y ঘণ্টা

প্ৰশ্নমতে, x = 360y\frac{360}{y} ---- (1)

আৰু,

x+5=360t1=>(360y)+5=360t1=>360+5yy=360y1=>(360+5y)(y1)=360y=>360y360+5y25y=360y=>5y25y360=0=>y2y72=0=>y29y+8y72=0=>y(y9)+8(y9)=0=>(y9)(y+8)=0=>y9=0বাy+8=0=>y=9বাy=8y=8গ্ৰহণযোগ্যনহয়y=9\begin{aligned} & \quad x +5 = \frac{360}{t-1} \\ & => (\frac{360}{y}) + 5 = \frac{360}{t-1} \\ & => \frac{360+5y}{y} = \frac{360}{y-1} \\ & => (360 + 5y)(y-1) = 360y \\ & => 360y - 360 + 5y^2 - 5y = 360y \\ & => 5y^2 - 5y -360 = 0 \\ & => y^2 - y - 72 =0 \\ & => y^2 - 9y + 8y - 72 = 0 \\ & => y(y-9)+8(y-9)=0 \\ & => (y-9)(y+8)=0 \\ & => y -9=0 \quad বা\quad y+8=0 \\ & => y=9\quad বা\quad y= -8 \\ & \because \, y =-8 \, গ্ৰহণযোগ্য\,নহয় \\ & \therefore \, y = 9 \end{aligned}

এতিয়া, সমীকৰণ (1) ৰ পৰা,

x = 3609\frac{360}{9} = 40
\therefore ট্ৰেইনখনৰ দ্ৰুতি = 40 কিলোমিটাৰ/ঘণ্টা


9. দুটা পানীৰ নলীয়ে এটা ছৌবাচ্চা 9389\frac{3}{8}ঘণ্টাত পূৰ কৰে । ছৌবাচ্চাটো বেলেগে বেলেগে পূৰ কৰিবলৈ হ'লে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীটোতকৈ 10 ঘণ্টা কম সময় লয় । প্ৰত্যেকটো নলীয়ে বেলেগে বেলেগে কিমান সময়ত ছৌবাচ্চাটো পূৰ কৰিব পাৰিব উলিওৱা ।
সমাধান: দিয়া আছে, দুটা নলীয়ে চৌবাচ্চাটো পূৰ কৰিবলৈ সময় লয় = 9389\frac{3}{8} ঘণ্টা = 758\frac{75}{8} ঘণ্টা
দুয়োটা নলীয়ে 1 ঘণ্টাত পূৰ কৰে = 1758\frac{1}{\frac{75}{8}} অংশ = 875\frac{8}{75}অংশ
ধৰা হ'ল, সৰু নলীটোৱে চৌবাচ্চাটো পূৰ কৰিবলৈ সময় লয় = x ঘণ্টা
ডাঙৰ নলীটোৱে চৌবাচ্চাটো পূৰ কৰিবলৈ সময় লয় = (x - 10) ঘণ্টা

\therefore 1 ঘণ্টাত সৰু নলীটোৱে চৌবাচ্চাটো পূৰ কৰে = 1x\frac{1}{x} অংশ
আৰু 1 ঘণ্টাত ডাঙৰ নলীটোৱে চৌবাচ্চাটো পূৰ কৰে = 1x10\frac{1}{x-10} অংশ
প্ৰশ্নমতে,

1x+1x10=875=>x10+xx(x10)=875=>2x10x210x=875=>75(2x10)=8(x210x)=>150x750=8x280x=>8x280x150x+750=0=>8x2230x+750=0=>4x2115x+375=0=>4x2100x15x+375=0=>4x(x25)15(x25)=0=>(x25)(4x15)=0=>x25=04x15=0=>x=25বা4x=15=>x=25বাx=154x=154গ্ৰহণযোগ্যনহয়x=25\begin{aligned} & \quad \frac{1}{x} + \frac{1}{x-10} = \frac{8}{75} \\ & => \frac{x-10 + x}{x(x-10)} = \frac{8}{75} \\ & => \frac{2x -10}{x^2-10x} = \frac{8}{75} \\ & => 75(2x-10) = 8(x^2-10x) \\ & => 150x-750=8x^2-80x \\ & => 8x^2-80x-150x+750=0 \\ & => 8x^2-230x+750=0 \\ & => 4x^2-115x+375=0 \\ & => 4x^2-100x-15x+375=0 \\ & => 4x(x-25)-15(x-25)=0 \\ & => (x-25)(4x-15)=0 \\ & => x-25=0 \quad \quad 4x - 15 = 0 \\ & => x = 25 \quad বা \quad 4x = 15 \\ & => x =25 \quad বা \quad x = \frac{-15}{4} \\ & \because \, x = \frac{-15}{4} \quad গ্ৰহণযোগ্য\, নহয় \\ & \therefore x = 25 \end{aligned}

\therefore সৰু নলীটোৱে চৌবাচ্চাটো পূৰ কৰিব পাৰিব =25 ঘণ্টাত

\therefore ডাঙৰ নলীটোৱে চৌবাচ্চাটো পূৰ কৰিব পাৰিব =(25 -10) ঘণ্টাত = 15 ঘণ্টাত


10. মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কি.মি. পথ ভ্ৰমণ কৰিবলৈ এখন এক্সপ্রেছ ট্ৰেইনে এখন যাত্ৰীবাহী ট্ৰেইনতকৈ 1 ঘণ্টা সময় কম লয় (মাজৰ ষ্টেচনবোৰত সিহঁতে ৰোৱা সময়খিনি নধৰাকৈ) । যদি এক্সপ্ৰেছ গাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ট্ৰেইনখনতকৈ ঘণ্টাত 11 কি.মি. বেছি, ট্ৰেইন দুখনৰ গড় দ্ৰুতি উলিওৱা ।
সমাধান: ধৰা হ'ল, যাত্ৰীবাহী ট্ৰেইনখনৰ গড় দ্ৰুতি x কি.মি./ ঘণ্টা
আৰু এক্সপ্ৰেছ ট্ৰেইনখনৰ গড় দ্ৰুতি y কি.মি./ ঘণ্টা


\therefore যাত্ৰীবাহী ট্ৰেইনখনে 132 কি.মি. অতিক্ৰম কৰিবলৈ লগা সময় = 132x\frac{132}{x} ঘণ্টা

\therefore এক্সপ্ৰেছ ট্ৰেইনখনে 132 কি.মি. অতিক্ৰম কৰিবলৈ লগা সময় = 132y\frac{132}{y} ঘণ্টা

প্ৰশ্নমতে, 132y\frac{132}{y} = 132x\frac{132}{x} - 1 -------(1)

আৰু, y = x + 11 ------ (2)

এতিয়া,

=>132y=132xx=>132x=y(132x)=>132x=(x+11)(132x)=>132x=132xx2+145211x=>x211x+1452=0=>x2+11x1452=0=>x=11±1124(1452)2=>x=11±121+58082=>x=11±59292=>x=11±772=>x=11+772বাx=11772=>x=662বাx=882=>x=33বাx=44x=44গ্ৰহণযোগ্যনহয়x=33\begin{aligned} & => \quad \frac{132}{y} = \frac{132-x}{x} \\ & => 132x = y(132-x) \\ & => 132x = (x +11)(132 -x) \\ & => 132x = 132x - x^2 + 1452 - 11x \\ & => -x^2 -11x + 1452 =0 \\ & => x^2 +11x - 1452 =0 \\ & => x = \frac{-11 \pm \sqrt{11^2-4(-1452)}}{2} \\ & => x = \frac{-11 \pm \sqrt{121+5808}}{2} \\ & => x = \frac{-11 \pm \sqrt{5929}}{2} \\ & => x= \frac{-11 \pm 77}{2} \\ & => x = \frac{-11 + 77}{2} \quad বা \quad x = \frac{-11-77}{2} \\ & => x = \frac{66}{2} \quad বা \quad x = \frac{-88}{2} \\ & => x = 33 \quad বা \quad x = - 44 \\ & \because \, x = - 44 \, গ্ৰহণযোগ্য\, নহয় & \therefore \, x = 33 \\ \end{aligned}

এতিয়া, y = x + 11 = 33 + 11= 44

\therefore যাত্ৰীবাহী ট্ৰেইনখনৰ গড় দ্ৰুতি 44কি.মি./ ঘণ্টা
আৰু এক্সপ্ৰেছ ট্ৰেইনখনৰ গড় দ্ৰুতি y কি.মি./ ঘণ্টা


11. দুটা বৰ্গৰ কালিৰ যোগফল 468 বর্গমিটাৰ । যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ, বর্গ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা ।
সমাধান: ধৰা হল, বৰ্গ দুটাৰ বাহুৰ দীঘ ক্ৰমে x মি. আৰু y মি.
প্ৰশ্নমতে, x² + y² = 468 ----- (1)
আৰু, 4x - 4y = 24
=> 4(x - y) = 24
=> x - y = 6
=> x = 6 + y -------- (3)
এতিয়া, (x - y)² = x² + y² - 2xy
=> 6² = 468 - 2xy [(i) আৰু (ii) ৰ পৰা]
=> 2xy = 468 - 6²
=> 2xy = 468 - 36
=> xy = 4322\frac{432}{2}
=> (6 + y)y = 216
=> y² + 6y - 216 = 0
=> y² -12y + 18y - 216 = 0

=> y(y - 12) + 18(y - 12) =0

=> (y - 12)(y + 18) = 0

=> y - 12 = 0, বা y + 18 = 0

=> y = 12 , বা y = -18

\because y = - 18 গ্ৰহণযোগ্য নহয়

\therefore y = 12

\therefore (3) => x = 6 + y = 6 + 12 = 18

\therefore বৰ্গ দুটাৰ বাহুৰ দীঘ ক্ৰমে 18 মি. আৰু 12 মি.


অনুশীলনী 4. 4


1. তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা । যদি বাস্তৱ মূল থাকে, তেন্তে সেইবোৰ উলিওৱা ।
(i) 2x² - 3x + 5 = 0
(ii) 3x² - 4√3x + 4 = 0
(iii) 2x² - 6x + 3 = 0

সমাধান: (i) 2x² - 3x + 5 = 0
ইয়াত, a = 2, b = -3, c = 5
\therefore b² - 4ac = (-3)² - 4.2.5
= 9 - 40
= - 31

\therefore প্ৰদত্ত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে ।

(ii) 3x² - 4√3x + 4 = 0

ইয়াত, a = 3, b = - 4√3, c = 4
\therefore b² - 4ac = ( - 4√3)² - 4.3.4

= 16 x 3 - 48

=48 - 48

= 0

\therefore প্ৰদত্ত সমীকৰণটোৰ মূলবোৰ বাস্তৱ আৰু সমান হ'ব ।

এতিয়া,

3x243x+4=0=>x=(43)±(43)24.3.42.3=>x=43±16×3486=>x=43±06=>x=436±0=>x=233বাx=233\begin{aligned} & \quad 3x^2 - 4 \sqrt3x + 4 = 0 \\ & => x = \frac{-(-4\sqrt3) \pm \sqrt{(-4\sqrt3)^2-4.3.4}}{2.3} \\ & => x = \frac{4\sqrt3 \pm \sqrt{16 \times 3 - 48}}{6} \\ & => x = \frac{4\sqrt3 \pm 0}{6} \\ & => x = \frac{4\sqrt3}{6} \pm 0 \\ & => x = \frac{2\sqrt3}{3} \quad বা \quad x = \frac{2\sqrt3}{3} \\ \end{aligned}

(iii) 2x² - 6x + 3 = 0

ইয়াত, a = 2, b = - 6, c = 3
\therefore b² - 4ac =(-6)² - 4.2.3

= 36 - 24

= 12

> 0

\therefore প্ৰদত্ত সমীকৰণটোৰ দুটা বাস্তৱ মূল থাকিব ।

এতিয়া,

2x26x+3=0=>x=(6)±(6)24.2.32.2=>x=6±36244=>x=6±34=>x=6+34বাx=634=>x=94বাx=34\begin{aligned} & \quad 2x^2 - 6x + 3 =0 \\ & => x = \frac{-(-6) \pm \sqrt{(-6)^2-4.2.3}}{2.2} \\ & => x = \frac{6 \pm \sqrt{36 - 24}}{4} \\ & => x = \frac{6 \pm 3}{4} \\ & => x = \frac{6+3}{4} \quad বা \quad x = \frac{6-3}{4} \\ & => x = \frac{9}{4} \quad বা \quad x = \frac{3}{4}\\ \end{aligned}


2. তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত kৰ মান উলিওৱা, যাতে সিহঁতৰ দুটাকৈ বাস্তৱ মূল থাকে ।
(i) 2x² + kx + 3 = 0
(ii) kx(x - 2) + 6 = 0

সমাধান:


3. প্ৰস্থতকৈ দীঘ 2 গুণ হোৱাকৈ এখন আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি 800 বৰ্গ মিটাৰ হয় ? যদি সম্ভৱ, ইয়াৰ দীঘ আৰু প্ৰস্থ উলিওৱা ।
সমাধান: ধৰা হ'ল, প্ৰস্থ = x মিটাৰ
দীঘ = 2x মিটাৰ
প্ৰশ্নমতে, x.2x = 800
=> 2x² = 800
=> x² = 400
=> x = ±400\pm \sqrt400
=> x = ±20\pm 20

=> x = 20 [\because - 20 গ্ৰহণযোগ্য নহয় ]

\therefore প্ৰস্থ = 20 মিটাৰ
দীঘ = 2 x 20 মিটাৰ = 40 মিটাৰ

\therefore আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব ।


4. তলৰ পৰিস্থিতিটো সম্ভৱ হয়নে ? যদি হয়, তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা ।
দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ । চাৰি বছৰ আগতে তেওঁলোকৰ বয়সৰ পুৰণফল (বছৰত) আছিল 48 ।

সমাধান: ধৰা হ'ল, প্ৰথম বন্ধুজনৰ বর্তমান বয়স = x বছৰ
দ্বিতীয় বন্ধুজনৰ বৰ্তমান বয়স = y বছৰ

4 বছৰ আগতে তেওঁলোকৰ বয়স আছিল ক্ৰমে (x - 4) বছৰ আৰু (y - 4) বছৰ ।
প্ৰশ্নমতে, x + y = 20 -----(1)
(x - 4)(y - 4) = 48 -----(2)
এতিয়া, (1)=> x + y = 20
=> x = 20 - y ------ (3)
আকৌ, (2)=> (x - 4)(y - 4) = 48
=> {(20 - y) - 4}(y - 4) = 48
=> (24 + y)(y - 4) = 48
=> 24y + y² - 4y - 96 = 0
=> y² + 20y - 96 = 0
=> y² + 24y - 4y - 96 = 0
=> y(y + 24) - 4(y + 24) = 0
=> (y + 24)(y - 4) = 0
=> y + 24 = 0 or y - 4 = 0
=> y = -24 or y = 4
\therefore x = 20 - 4 = 16


5. পৰিসীমা 80 মিটাৰ আৰু কালি 400 বর্গ মিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱনে ? যদি হয়, ইয়াৰ দীঘ আৰু প্ৰস্থ উলিওৱা ।
সমাধান: ধৰা হ'ল, দীঘ = x মিটাৰ
প্ৰস্থ = y মিটাৰ
প্ৰশ্নমতে, 2(x + y) = 80 -----(1)
xy = 400 -----(2)
এতিয়া, (1)=> x + y = 40
=> x = 40 - y ------(3)
আকৌ, (2)=> xy = 400
=> (40 - y)y = 400
=> 40y - y² = 400
=> y² - 40y + 400 = 0
=> y² -20y - 20y + 400 = 0
=> y(y - 20) - 20(y - 20) = 0
=> (y - 20)(y - 20) = 0
=> y = 20 বা y = 20


\thereforex = 40 - 20 = 20

\therefore দীঘ = 20 মিটাৰ
\therefore প্ৰস্থ = 20 মিটাৰ