edhasvinilearn. think. grow
  • Home
  • Solutions
  • Videos
  • Blogs

NCERT Solutions দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান অধ্যায় ১০ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

Sunday, May 29, 2022


প্ৰশ্নাৱলী

1. অৱতল দাপোনৰ মুখ্য ফ'কাছৰ সংজ্ঞা দিয়া ।
উত্তৰ:
অৱতল দাপোন এখনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰৰে দাপোনত খুন্দা খাই মুখ্য অক্ষৰ এটা নিৰ্দিষ্ট বিন্দুত কটা-কটি কৰে । এই বিন্দুটোকে অৱতল দাপোনৰ মুখ্য ফ'কাছ বুলি কোৱা হয় ।

2. গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি । ইয়াৰ ফ'কাছৰ দৈৰ্ঘ্য কিমান ?
উত্তৰ: 20 চেমি ভাঁজ ব্যাসাৰ্ধৰ গোলাকাৰ দাপোন এখনৰ ফ'কাছ দৈৰ্ঘ্য 10 চেমি ।

3. এখন দাপোনৰ নাম কোৱা, যিখন থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে ।
উত্তৰ: অৱতল দাপোন ।

4. গাড়ীলৈ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয়?
উত্তৰ: উত্তল দাপোনত সদায় থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন হয় । যাৰ বাবে, উত্তল দাপোন এখনত সমতল দাপোনৰ তুলনাত এটা ডাঙৰ অঞ্চলৰ প্ৰতিবিম্ব গঠন হয় । সেয়ে, গাড়ীলৈ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন পছন্দ কৰা হয় ।

প্ৰশ্নাৱলী

1. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা ।
উত্তৰ: 32 চেমি ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফ'কাছ দৈৰ্ঘ্য 16 চেমি ।

2. অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুনে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে । প্ৰতিবিম্বৰ অৱস্থান কি?
উত্তৰ: দিয়া আছে, u = -10 cm

আৰু

m=3=>vu=3=>v10=3=>v=3×(10)=>v=30\begin{aligned} & m = -3 \\ & => \frac{-v}{u} = -3 \\ & => \frac{v}{-10} = 3 \\ & => v = 3 \times (-10) \\ & => v = -30 \\ \end{aligned}

প্ৰতিবিম্বটো দাপোনখনৰ আগফালে 30 চেমি দূৰত গঠন হ'ব ।

প্ৰশ্নাৱলী

1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে । পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ'ব? কিয়?
উত্তৰ: পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিলে উলম্বৰ কাষলৈ বেঁকা হ'ব । পোহৰৰ দ্ৰুতি পানীতকৈ বায়ুত বেছি । গতিকে, বায়ুৰ পৰা পানীলৈ যোৱা পোহৰ ৰশ্মিৰ দ্ৰুতি হ্রাস হৈ আৰু উলম্বৰ কাষলৈ বেঁকা হ'ব ।

2. পোহৰৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে । কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব ? শূন্যত পোহৰৰ দ্ৰুতি 3 x 10⁸ m প্ৰতি চেকেণ্ড ।
উত্তৰঃ দিয়া আছে, বায়ুত পোহৰৰ দ্ৰুতি, c = 3 x 10810^8 m/s

প্ৰতিসৰণাংক, ngn_g= 1.50

আমি জানোঁ যে,

প্ৰতিসৰণাংক=বায়ুতপোহৰৰদ্ৰুতিকাঁচতপোহৰৰদ্ৰুতি=>ng=cvg=>vg=cng=>vg=3×1081.5=>vg=2×108\begin{aligned} & প্ৰতিসৰণাংক\, = \frac{বায়ুত\, পোহৰৰ \,দ্ৰুতি}{কাঁচত\, পোহৰৰ \,দ্ৰুতি} \\ & =>n_g=\frac{c}{v_g} \\ & => v_g=\frac{c}{n_g} \\ & => v_g = \frac{3 \times 10^8}{1.5} \\ & => v_g = 2 \times 10^8 \\ \end{aligned}

\therefore কাঁচত পোহৰৰ দ্ৰুতি = 2×108m/s2\times10^8\,m/s.

3. তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা । আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা ।
উত্তৰঃ
সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো হ'ল হীৰা ।

আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটো হ'ল বায়ু ।


4. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে । এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ? তালিকা -10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা ।
উত্তৰঃ
বায়ুত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ।

5. হীৰাৰ প্ৰতিসৰণাংক 2.42 । এই উক্তিটোৰ অৰ্থ কি?
উত্তৰঃ হীৰাৰ প্ৰতিসৰণাংক 2.42 । ইয়াৰ অৰ্থ এয়ে যে বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতি অনুপাত 2.42 ।

প্ৰশ্নাৱলী

1. লেনছ এখনৰ 1 ডায়'প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ লেনছ এখনৰ ক্ষমতাক 1 ডায়'প্টাৰ বুলি কোৱা হয় ।

অৰ্থাৎ,1D=11m=1m1অৰ্থাৎ,\,1D=\frac{1}{1m}=1m^{-1}


2. উত্তল লেনছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে । যদি প্ৰতিবিম্বৰ আকাৰ লক্ষবস্তুৰ আকাৰৰ সমান হয় , তেন্তে লক্ষবস্তুটো উত্তল লেনছৰ সন্মুখত ক'ত ৰখা হৈছিল? নিৰ্ণয় কৰা ।

উত্তৰঃ দিয়া আছে, প্ৰতিবিম্বৰ দূৰত্ব, v = 50 cm

যিহেতু, প্ৰতিবিম্বটো সৎ আৰু ওলোটা, গতিকে লক্ষবস্তুটো লেনছ্খনৰ আগফালে থাকিব । আকৌ, যিহেতু, প্ৰতিবিম্বৰ আকাৰ লক্ষবস্তুৰ আকাৰৰ সমান, গতিকে লক্ষবস্তুটো লেনছ্খনৰ ফকাছ দৈৰ্ঘ্যৰ দুগুণ অৱস্হানত থাকিব ।

তেন্তে, u = -50 cm

আমি জানোঁ যে,

1v1u=1f=>1f=150150=>1f=150+150=>1f=250=>1f=125=>f=25\begin{aligned} & \frac{1}{v} - \frac{1}{u} = \frac{1}{f} \\ & => \frac{1}{f} = \frac{1}{50} - \frac{1}{-50} \\ & => \frac{1}{f} = \frac{1}{50} + \frac{1}{50} \\ & => \frac{1}{f} = \frac{2}{50} \\ & => \frac{1}{f} = \frac{1}{25} \\ & => f = 25 \\ \end{aligned}

\therefore লেন্ছখনৰ ফ'কাছ দৈৰ্ঘ্য = 25cm = 0.25 m

ক্ষমতা=1f=10.25=4D\therefore\, ক্ষমতা = \frac{1}{f}=\frac{1}{0.25}=4D


3. 2 m ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা ।

উত্তৰঃ দিয়া আছে, ফ'কাছ দৈৰ্ঘ্য, f = -2m

P=1f=12=0.5D\therefore \, P =\frac{1}{f}=\frac{1}{-2}=-0.5D


অনুশীলনী

1. তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?

(a) পানী (b) কাঁচ (c) প্লাস্টিক (d) মাটি
উত্তৰঃ (d) মাটি


2. অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষবস্তুতকৈ ডাঙৰ পোৱা গ'ল । লক্ষবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব?
(a) মুখ্য ফ'কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত
(b) ভাঁজ কেন্দ্ৰত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফ'কাছৰ মাজত ।

উত্তৰঃ (d) দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফ'কাছৰ মাজত ।


3. লক্ষবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষবস্তুটো উত্তল লেনছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব?
(a) লেনছৰ মুখ্য ফ'কাছত
(b) ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত

উত্তৰঃ (b) ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত


4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেনছ প্ৰত্যেকৰে ফ'কাছ দৈৰ্ঘ্য -15 cm । দাপোণ আৰু লেনছৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে?
(a) দুয়োখন অৱতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেনছখন উত্তল
(d) দাপোণখন উত্তল লেনছখন অৱতল ।

উত্তৰঃ (a) দুয়োখন অৱতল

5. দাপোন এখনৰ পৰা যিমান দূৰত থিয় হোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় । দাপোণখন কেনেকুৱা হ'ব পাৰে ?
(a) সমতল
(b) অৱতল
(c) উত্তল
(d) হয় সমতল নতুবা উত্তল

উত্তৰঃ (d) হয় সমতল নতুবা উত্তল


6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?

(a) 50 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ

(b) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ
(c) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ
(d) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ

উত্তৰঃ (c) 5 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ

7. 15 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো । দাপোনৰ পৰা লক্ষবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব? প্ৰতিবিম্বটো লক্ষবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্ৰ আঁকা ।
উত্তৰঃ দাপোনৰ পৰা লক্ষবস্তুৰ দূৰত্বৰ পৰিসৰ 0 ৰ পৰা 15 cm হোৱাটো উচিত । এই ক্ষেত্ৰত প্ৰতিবিম্বটো অসৎ আৰু থিয় হব । প্ৰতিবিম্বটো লক্ষবস্তুতকৈ ডাঙৰ হ'ব ।

8. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোনখনৰ প্ৰকাৰ লিখা-
(a) গাড়ীৰ হেডলাইট
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ
(c) সৌৰ ভাতী
উত্তৰঃ

Answer: (a) A concave mirror is used in the headlights of a car. The source of the light is placed at the principal focus of the mirror so that we obtain powerful beams of light.

(b) Convex mirrors always give an erect and diminished image. As a result they enable the driver to view much larger area as compared to a plane mirror. Also, because of their curvature they have a wider field of view. So they are preferred as the rear-view mirrors of a vehicle.

(c) The light beams incident parallelly to a concave mirror always converge at the principal focus. Large concave mirrors are used to concentrate sunlight to produce heat in solar furnaces.

9. উত্তল লেনছ এখনৰ অৰ্ধাংশ ক'লা কাগজেৰে ঢাকি দিয়া হ'ল । এই লেনছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা । তোমাৰ পৰ্যবেশনসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ

চিত্ৰত দেখুওৱাৰ দৰে, উত্তল লেনছ এখনৰ অৰ্ধাংশ ক'লা কাগজেৰে ঢাকি দিয়া স্বত্বেও, লেনছখনে প্ৰতিবিম্ব গঠন কৰিব । কিন্তু, প্ৰতিবিম্বটোৰ তীব্ৰতা ক'লা কাগজেৰে লেনছখন ঢাকি দিয়াৰ বাবে কিছু পৰিমাণে কম হ'ব ।

10. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ'কাছ দৈৰ্ঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ'ল । ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ।
উত্তৰঃ দিয়া আছে, লক্ষবস্তুৰ দূৰত্ব, u =-25 cm

ফ'কাছ দৈৰ্ঘ্য, f = + 10 cm

প্ৰতিবিম্বৰ আকাৰ, h = + 5cm

আমি জানোঁ যে,

1v1u=1f=>1v125=110=>1v=110125=>1v=5250=>1v=350=>v=503=>v=16.66\begin{aligned} & \frac{1}{v} - \frac{1}{u} = \frac{1}{f} \\ & =>\frac{1}{v} - \frac{1}{-25} = \frac{1}{10} \\ & => \frac{1}{v} = \frac{1}{10} - \frac{1}{25} \\ & => \frac{1}{v} = \frac{5-2}{50} \\ & => \frac{1}{v} = \frac{3}{50} \\ & => v = \frac{50}{3} \\ & => v = 16.66 \\ \end{aligned}

আকৌ,

m=vu=>hh=50325=>h5=503×25=>h=23×5=>h=103=>h=3.33\begin{aligned} & m=\frac{-v}{u} \\ & => \frac{h'}{h} = \frac{\frac{50}{3}}{-25} \\ & => \frac{h'}{5} = \frac{50}{-3 \times 25} \\ & => h' = \frac{-2}{3}\times 5 \\ & => h' = \frac{-10}{3} \\ & => h' = -3.33 \\ \end{aligned}

প্ৰতিবিম্বটো লেনছখনৰ পৰা 16.6 cm দূৰত গঠন হ'ব । প্ৰতিবিম্বৰ আকাৰ 3.33 cm আৰু ই সৎ আৰু ওলোটা ।

11. 15 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে । লক্ষবস্তুটো লেনছৰ পৰা কিমান দূৰত আছে? ৰশ্মিচিত্ৰ আঁকা ।
উত্তৰঃ দিয়া আছে, ফ'কাছ দৈৰ্ঘ্য, f = -15 cm

প্ৰতিবিম্বৰ দূৰত্ব, v = -10 cm

আমি জানোঁ যে,

1v1u=1f=>1u=1v1f=>1u=110115=>1u=110=115=>1u=3+230=>1u=130=>u=30\begin{aligned} & \frac{1}{v} - \frac{1}{u} = \frac{1}{f} \\ & =>\frac{1}{u} = \frac{1}{v} - \frac{1}{f} \\ & => \frac{1}{u} = \frac{1}{-10} - \frac{1}{-15} \\ & => \frac{1}{u} = \frac{1}{-10} = \frac{1}{15} \\ & => \frac{1}{u} = \frac{-3+2}{30} \\ & => \frac{1}{u} = \frac{-1}{30} \\ & => u = -30 \\ \end{aligned}

\therefore লক্ষবস্তুটেো লেনছখনৰ পৰা 30 cm দূৰত গঠন হ'ব ।

12. 15 cm ফ'কাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 cm দূৰত্বত বস্তু এটা ৰখা হ'ল । প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা ।
উত্তৰঃ দিয়া আছে, u = -10 cm

ফ'কাছ দৈৰ্ঘ্য,f = 15 cm

আমি জানোঁ যে,

1u+1v=1f=>1v=1f1u=>1v=115110=>1v=115+110=>1v=2+330=>1v=530=>1v=16=>v=6\begin{aligned} & \frac{1}{u} + \frac{1}{v} = \frac{1}{f} \\ & => \frac{1}{v} = \frac{1}{f} - \frac{1}{u} \\ & => \frac{1}{v} = \frac{1}{15}-\frac{1}{-10} \\ & => \frac{1}{v} = \frac{1}{15}+ \frac{1}{10} \\ & => \frac{1}{v} = \frac{2+3}{30} \\ & => \frac{1}{v} = \frac{5}{30} \\ & => \frac{1}{v} = \frac{1}{6} \\ & => v = 6 \end{aligned}

\therefore প্ৰতিবিম্বটো

Error in math block the image is formed behind the lens at a distance of 6 cm from the pole. The image is virtual, erect and diminished.


13. সমতল দাপোনে + 1 বিবৰ্ধন দিয়ে । ইয়াৰ অৰ্থ কি ?
উত্তৰঃ

The magnification produced by a plane mirror is +1. This means that the image formed by a plane mirror is always virtual and equal to the size of the mirror.

14. 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 cm দূৰত্বত 5 cm দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল । প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা ।
উত্তৰঃ Given, size of the object, h = 5cm

object distance, u = -20 cm

radius of curvature, R = 30 cm

focal length, f = 15 cm

We know that,

1u+1v=1f=>120+1v=115=>1v=115+120=>1v=4+360=>1v=760=>v=607=>v=8.57\begin{aligned} & \frac{1}{u}+\frac{1}{v} = \frac{1}{f} \\ & => \frac{1}{-20} + \frac{1}{v} = \frac{1}{15} \\ & => \frac{1}{v} = \frac{1}{15} + \frac{1}{20} \\ & => \frac{1}{v} = \frac{4+3}{60} \\ & => \frac{1}{v} = \frac{7}{60} \\ & => v = \frac{60}{7} \\ & => v = 8.57 \\ \end{aligned}

And

m=vu=>hh=60720=>h5=37=>h=157=>h=2.14\begin{aligned} & m = \frac{-v}{u} \\ & => \frac{h'}{h} = \frac{-\frac{60}{7}}{-20} \\ & => \frac{h'}{5} = \frac{3}{7} \\ & => h' = \frac{15}{7} \\ & => h' = 2.14 \\ \end{aligned}

Hence, the position of the image is at a distance of 8.57 cm behind the mirror. The size of the image is 2.14 cm and the image is virtual and erect.

15. 18 cm ফ'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে । দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু আকৃতি নিৰ্ণয় কৰা ।
উত্তৰঃ Given, h = 7.0 cm

u = -27 cm

f = -18 cm

We know that,

1u+1v=1f=>1v=1f1u=>1v=118127=>1v=118+154=>1v=3+254=>1v=154=>v=54\begin{aligned} & \frac{1}{u} + \frac{1}{v} = \frac{1}{f} \\ & =>\frac{1}{v} = \frac{1}{f} - \frac{1}{u} \\ & => \frac{1}{v} = \frac{1}{-18} - \frac{1}{-27} \\ & => \frac{1}{v} = \frac{-1}{18} + \frac{1}{54} \\ & => \frac{1}{v} = \frac{-3+2}{54 } \\ & => \frac{1}{v} = \frac{-1}{54} \\ & => v = -54 \\ \end{aligned}|

And,

m=vu=>hh=(54)(27)=>h7=2=>h=14\begin{aligned} & m =- \frac{v}{u} \\ & => \frac{h'}{h} = - \frac{(-54)}{(-27)} \\ & => \frac{h'}{7} = -2 \\ & => h' = -14 \\ \end{aligned}

To obtain a sharp focused image the screen should be placed at a distance of 54 cm from the pole of the mirror. The size of the image = 14 cm.

The nature of the image is real, inverted and enlarged.

16. -2.0 D ক্ষমতাৰ লেনছ এখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান ? লেনছখনৰ প্ৰকৃতি কেনেকুৱা ?
উত্তৰঃ
Given, P = -2.0 D

1f=2.0=>f=12.0=>f=0.5\therefore\, \frac{1}{f} = -2.0\\ => \, f = \frac{-1}{2.0}\\ =>\, f = -0.5

Thus, the focal length is 0.5 cm. The lens is concave.


17. ডাক্তৰে এজনে বিধান দিয়া সংশোধনমূলক লেনছৰ ক্ষমতা + 1.5 D । লেনছখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা । এই লেনছখন অভিসাৰী নে অপসাৰী ?
উত্তৰঃ Given, P = +1.5 D

Then,

1f=1.5=>f=11.5=>f=0.66\frac{1}{f} = 1.5\\ => f = \frac{1}{1.5}\\ => f = 0.66

Hence, the focal length is 0.66 m.

Then lens is converging.